ছেপ্টেম্বৰ ৯-১৫
গীতমালা ৮২-৮৪
গীত নং ৮০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. যিহোৱাৰ বাবে আপুনি যি কৰিব পাৰিছে, তাৰ বাবে কৃতজ্ঞ হওক
(১০ মি.)
যিহোৱাই আমাক তেওঁৰ সেৱা কৰিবলৈ যি সুযোগ দিছে, তাৰ প্ৰতি আমি বহুত কৃতজ্ঞ (গীত ৮৪:১-৩; wp১৬.৬-E ৮ ¶২-৩)
যি দায়িত্ব পাইছে তাতে আনন্দিত থাকক। আপুনি যি দায়িত্ব পাব বিচাৰিছিল, সেইবোৰৰ বিষয়ে চিন্তা কৰি নাথাকিব (গীত ৮৪:১০; w০৮-HI ৭/১৫ ৩০-৩১ ¶৩-৪)
বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰা লোকসকলক তেওঁ আশীৰ্বাদ দিয়ে (গীত ৮৪:১১; w২০.০১ ১৭ ¶১২)
যিহোৱাৰ সেৱাত পোৱা সকলো কামত কিবা নহয় কিবা সমস্যা থাকে। কিন্তু সেইবোৰ কৰিলে আমি আশীৰ্বাদো পাওঁ। যদি আপুনি আশীৰ্বাদবোৰৰ বিষয়ে ধ্যান দিয়ে, তেনেহʼলে আপুনি যিকোনো কামত আনন্দ লাভ কৰিব।
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ৮২:৩—মণ্ডলীত “পিতৃহীনবিলাকৰ” বিষয়ে চিন্তা কৰা আৰু তেওঁলোকক প্ৰেম দেখুৱাটো কিমান গুৰুত্বপূৰ্ণ? (it-১-E ৮১৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৮২:১–৮৩:১৮ (শিক্ষা অধ্যায় ২)
৪. সহানুভুতি দেখুৱাওক—যীচুৱে কি কৰিলে?
(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ১-২ আলোচনা কৰক।
৫. সহানুভুতি দেখুৱাওক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।
গীত নং ৫৭
৬. মণ্ডলীৰ প্ৰয়োজনীয়তা
(১৫ মি.)
৭. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.০৯ ১৬-১৯ ¶১০-২০