মাৰ্চ ২৫-৩১
গীতমালা ২২
গীত ১৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. যীচুৰ মৃত্যুৰ লগত জড়িত ভৱিষ্যবাণীবোৰ
(১০ মি.)
লোকসকলে ভাবিলেহেঁতেন যে ঈশ্বৰে যীচুক এৰি দিলে (গীত ২২:১; w২১.০৪ ৩০ ¶১)
যীচুক ঠাট্টা কৰা হʼলহেঁতেন (গীত ২২:৭, ৮; w১১-HI ৮/১৫ ১৪-১৫ ¶১৩)
যীচুৰ কাপোৰখনৰ বাবে চিঠি খেলোৱা হʼলহেঁতেন (গীত ২২:১৮; w১১-HI ৮/১৫ ১৫ ¶১৪; বেটুপাতত দিয়া ছবিখন চাওক)
নিজকে সোধক: ‘গীতমালা ২২-ৰ পৰা মচীহৰ বিষয়ে কৰা আন ভৱিষ্যবাণীবোৰো পূৰ হʼব বুলি মোৰ বিশ্বাস কেনেকৈ বাঢ়ে, যেনে মীখা ৪:৪ পদৰ ভৱিষ্যবাণী?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ২২:২২—আমি কি দুটা উপায়েৰে মণ্ডলীত যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ? (w২২.০৪ ৭ ¶১২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ২২:১-১৯ (শিক্ষা অধ্যায় ২)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)
৫. পুনৰ লগ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এনে এজন চিনাকি লোকৰ লগত পুনৰ কথা পাতক যাক আপুনি স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)
৬. ভাষণ
(৫ মি.) w২০.০৭ ১২-১৩ ¶১৪-১৭—বিষয়: বাইবেলৰ ভৱিষ্যবাণীবোৰৰ পৰা কেনেকৈ আমাৰ বিশ্বাস মজবুত হয়। (শিক্ষা অধ্যায় ২০)
গীত ৯৫
৭. মণ্ডলীৰ প্ৰয়োজনীয়তা
(১৫ মি.)
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৮ ভাগ ১-৪