জুন ৩-৯
গীতমালা ৪৫-৪৭
গীত ২৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. এজন ৰজাৰ বিয়াৰ বিষয়ে এটি গীত
(১০ মি.)
গীতমালা ৪৫-ত ঈশ্বৰৰ ৰাজ্যৰ ৰজাৰ বিয়াৰ বিষয়ে কোৱা হৈছে (গীত ৪৫:১, ১৩, ১৪; w১৪-HI ২/১৫ ৯-১০ ¶৮-৯)
ৰজাৰ বিয়া হৰমাগিদোনৰ পাছত হʼব (গীত ৪৫:৩, ৪; w২২.০৫ ১৭ ¶১০-১২)
এই বিয়াৰ বাবে সকলো মানুহে আশীৰ্বাদ পাব (গীত ৪৬:৮-১১; it-২-E ১১৬৯)
নিজকে সোধক, ‘এই বিয়াৰ বিষয়ে জানি মোৰ মন আনন্দত “উপচি পৰিছে” নে? মোৰ মনে ৰজা যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা শুনাবলৈ উৎসাহিত কৰে নে?’ —গীত ৪৫:১.
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
গীত ৪৫:১৬—এই পদৰ পৰা প্ৰমোদবনৰ বিষয়ে কি জানিব পাৰি? (w১৭.০৪-HI ১১-১২ ¶৯)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৪৫:১-১৭ (শিক্ষা অধ্যায় ৫)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)
৫. ভাষণ
(৫ মি.) w১৪-HI ২/১৫ ৩-৪ ¶৩-৬—বিষয়: গীতমালা ৪৫:১, ২ পদত লিখা কথাৰ অৰ্থ কি? (শিক্ষা অধ্যায় ১৮)
৬. আপুনি কি বিশ্বাস কৰে বুজাওক
(৪ মি.) প্ৰদৰ্শন। যুৱক-যুৱতীসকলৰ প্ৰশ্ন—বিষয়: সমকামিতাৰ বিষয়ে আপুনি কি ভাবে? (লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ৫)
গীত ১৩১
৭. পতি-পত্নীসকল, এজনে-আনজনক প্ৰেম দেখুৱাই থাকক
(১০ মি.) আলোচনা।
বিয়াৰ দিনটো বহুত আনন্দৰ সময় হয়। (গীত ৪৫:১৩-১৫) সেই দিন বিবাহিত দম্পতীৰ বাবে সকলোতকৈ বেছি আনন্দৰ সময় হয়। গোটেই জীৱন এই আনন্দ বজাই ৰাখিবলৈ তেওঁলোকে কি কৰিব পাৰে? —উপ ৯:৯.
সদায় আনন্দত থাকিবলৈ পতি-পত্নীয়ে একেৰাহে প্ৰেম দেখুৱাই থকাটো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে ইচাহাক আৰু ৰিবেকাৰ দৰে হোৱা উচিত। বাইবেলত কোৱা হৈছে যে তেওঁলোকৰ বিয়া হোৱা ৩০ বছৰতকৈ বেছি হৈছিল, তথাপিও তেওঁলোকে এজনে-আনজনক প্ৰেম কৰিবলৈ এৰি দিয়া নাছিল। (আদি ২৬:৮) তেওঁলোকৰ দৰে প্ৰেম দেখুৱাবলৈ বিবাহিত দম্পতীক কি কথাই সহায় কৰিব পাৰে?
সুখী বিবাহিত জীৱনৰ বাবে: মৰম দেখুৱাওক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
-
কি কি কাৰণৰ বাবে পতি-পত্নীৰ মাজত থকা প্ৰেম কমি যাব পাৰে?
-
তেওঁলোকে এনে কি কৰিব পাৰে যাতে তেওঁৰ জীৱন সংগীয়ে অনুভৱ কৰিব পাৰে যে তেওঁৰ সংগীয়ে তেওঁক প্ৰেম কৰে আৰু তেওঁৰ বিষয়ে চিন্তা কৰে?—পাঁচ ২০:৩৫.
৮. মণ্ডলীৰ প্ৰয়োজনীয়তা
(৫ মি.)
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৫ ভাগ ১-৪